প্ৰতিবাদী মুছলমানক সন্ত্ৰাসবাদ সজোৱাৰ ষড়যন্ত্ৰ !!! মুছলমান !! এক বিশেষ শব্দ । যি শব্দই ভাৰতবৰ্ষৰ আটাইতকৈ পিছপৰা জাতিক বুজায়। ......হয় আপুনি জানেই - এই জাতিয়ে ভাৰতবৰ্ষৰ বুকুত প্ৰত্যেকটো দিন লাঞ্চিত-বঞ্চিত হৈ আহি আছে। নিজৰ পৰিচয়ৰ বাবেই প্ৰত্যকটো দিন হাতত নথি লৈ অফিচৰ দোৱাৰে দোৱাৰে দৌৰি আছে। পেটৰ তাড়নাত প্ৰখৰ ৰদত দিনটো পথাৰত কাম কৰি ৰদত পুৰি কলা হোৱা চেহেৰা লৈ লোকৰ সন্মুখত গলেই মুখখন ভেঙুচাই বাংলাদেশী বুলি চিঞৰ। অথচ পৃথিৱীৰ সৰ্ববৃহৎ লিখিত সংবিধান ( ভাৰতীয় সংবিধান ) ৰক্ষাৰ্থে এই মুছলমানেই প্ৰাণ আহুতি দিছে !! হে মুছলমানসকল শত শত শ্রদ্ধা তোমাক।। তোমালোকৰ ত্যাগৰ বিনিময়ত আজিৰ ভাৰত। কিন্তু ক্ষমা কৰিবা তোমালোকৰ সুস্থিৰ ভাৰতত আজি ইংৰাজৰ দালাল আকৌ গা কৰি উঠিছে দেশক বিক্ৰী কৰিবলৈ।। আৰু !! সময়ে সময়ে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ লগত জড়িত বুলি মুছলমান যুৱকসকলৰ যৌৱন ধ্বংস কৰা নাই জানো?? বিশ্বাস নহয় যদি খবৰ কৰি চাবা এবাৰ - 60 হাজাৰৰো ওপৰত মুছলমান যুৱকক সন্ত্ৰাসবাদীৰ কেচ জাপি দি কাৰাবন্দী কৰি ৰখা হৈছে যিবিলাকৰ প্ৰায় প্ৰত্যেকেই নিৰ্দোষী বুলি 20 বছৰ কাৰাবন্দী থকাৰ পিছত মাত্ৰ 10000 টকা ক্ষতিপূ...